Friday, May 3, 2013

Happy Birthday To You/ শুভ জন্মদিন

Today is your birthday, a festival of your glory and guilt.

A few years ago tonight, we walked down the Milky Way.
Then, we sat on a bench in a low lit Manhattan park.
A candle on the chocolate cake was gleaming helplessly.
Summer wind dissolved the flame before you could; Ah!
You wanted to rest your head on my laps, and,
I was under a spell of those light green eyes.
I moved close to your heart, pink was the color of your; Ah!
My fingers ran through your hair and you talked softly,
"what if we won't be together, love of my life?"
That night was your birthday.
Two months later, you left love for a journey unknown.

Today is your birthday, a festival of your glory and guilt.

There is still a part of you, waiting for my wishes,
for the life you shared with me was brief but bright.
Yet, the wound you inflicted is still glimmering beneath.
And, my pride is too big to wish you happiness.
You are, most likely, married with "love of your life", every love!
Your little boy or girl is pouring hope to your burdened past.
Do you remember your promise of a beautiful angel? Don't you?
When you gaze at the blue beaches or the white mountains,
do you miss our kisses and our touch, seldom restrained?
We will never be together and I will never sing for you,
"happy birthday to you."
.....................................................................

শুভ জন্মদিন

আজি জন্মদিন, তোমাৰ পাপ-পূণ্যৰ শোভাযাত্ৰা
দুবছৰ , তোমাৰ প্ৰেমত পৰা
ফৰিংফুটা জোনাকৰ তলত আমি আছিলো উত্তাল ঢৌ
মনত আছেনে তোমাৰ,
কেকত গুজিথোৱা মডালৰ অস্তিত্বৰ যুদ্ধ?
মাজনিশা তাৰ মৃত্যু, গ্ৰীষ্মৰ নিষ্ঠুৰ বতাহত
তুমি মোৰ উস্মতাত বিলিন হৈ যাব বিচাৰিছিলা,
আৰু কৈছিলা, “অসীমত হেৰাই যাওঁ লা
মই মদিৰা পান কৰিছিলো;
আঃ৷ কিযে উন্মাদ চকু তোমাৰ
আঙুঁলিবোৰে তৰা গুঠিছিল সুগন্ধি চুলিত
দুমাহ পিছত, হেৰাই গৈছিলা তুমি
অসীমত,
অকলে

আজি জন্মদিন, তোমাৰ পাপ-পূণ্যৰ শোভাযাত্ৰা
তুমি ব্যাকুল হৈ আছা ছাগে,
ভাবিছা, মৰম বাকি দিম মই তোমাৰ হৃদয়ত,
কবিতা লিখিম
নহলে তুমি কিনি দিয়া চোলাতো পিন্ধিম
কিন্তু, তুমি আজি প্ৰেমৰ এলান্ধু মাত্ৰ
আৰু ক্ষত-বিক্ষত নিশাবোৰৰ ভগ্নাৱশেষ
হয়তো নতুনকৈ প্ৰেমত পৰিছা তুমি-
এবাৰ নহয় বাৰে-বাৰে পৰিছা
মাতৃত্বই বোধহয় তোমাক মহিসয়ী কৰিছে
আৰু লাহে লাহে পাহৰি গৈছা,
আমাৰ ভালপোৱাৰ চিৎকাৰবোৰ

মেঘাছন্ন পাহাৰ আৰু নীলা সাগৰৰ সংগমত
মই এতিয়াও কেৱল তোমাকেই সোঁৱৰো
কিন্তু কেতিয়াও উলাহত চিঞঁৰি নুঠো,
শুভ জন্মদিন৷

1 comment: