On that day, marching sound
of the students burnt our home street.
And,
crowd of dark clouds cried from a revolt-spit sky.
Under the shadow of your soul, I salvaged my freedom struggle.
I
heard you cry, I heard you in pain, but, you held on.
Ah!
What a confused world dawned for me.
Albeit,
thank you, ma for your gift, life!
You are beautiful and you got married at eighteen.
You've always been ahead of your age enlightening our family.
Your wisdom is brighter and firmer than the bourgeoisie "morality".
As
I was growing, you were, often, worried of my dissents.
You
told me that I got this from a society in flames.
But,
your compassion and relentless love make me who I am.
Thank
you, ma for enduring me!
Many
years have passed by; I haven’t seen you, ma!
I
miss your exaggerated concerns as if I am still a child,
and
your working hard from dawn to dusk to crown a smile;
Your
stories of neighbors and others, filled with gossips.
I
miss your mellifluous voice that, often, tunes me to a rainbow.
Do the hues still curve over the promised land of Palestine?
And, over the sighs of a million Somalia?
And, over the sighs of a million Somalia?
Now, I am afraid if I have become a machine running after;
I wish I knew.
Thank you, ma for bringing me up!
..........................................................................
Thank you, ma for bringing me up!
..........................................................................
মৰমৰ মা
নলবাৰীৰ জনপঠত অসম আন্দোলনৰ ধ্বনি,
“জয় আই অসম,
জয় আই অসম ৷”
ক’লা ডাৱৰৰ চিঞঁৰ আৰু
সদ্য পুতৃহীনা মাতৃৰ কান্দোনত একাকাৰ বতাহ ।
মোৰ স্বাধীনতাৰ যুদ্ব চলিছিল তোমাৰ গৰ্ভত ।
তোমাৰ ষ্পন্দনত আছিল আগ্নেয়গিৰিৰ লাভা ।
অৱশেষত গ্ৰীষ্মৰ এনিশা মই স্বাধীনতা ঘোঁষণা কৰিছিলো ।
মা, তুমি মোৰ জীৱনৰ বিদ্ৰোহী কবি ।
যৌৱন ঘাট নৌপাওতেই তোমাৰ বিয়া হল ।
তথাপি তোমাৰ জ্ঞানেই মোক দিশ প্ৰদৰ্শন কৰিলে-
বুৰ্জোৱা আধিপত্য আৰু সামন্তবাদী তেজপীয়াবোৰৰ বিৰুদ্ধে ৷
শৈশৱৰে পৰা মই আছিলো সংগ্ৰামী ফিৰিঙতি ৷
তুমি কৈছিলা,“তই আজিৰ
সমাজৰ প্ৰতিধ্বনি,
এই আশীৰ্বাদ সাৱধানে ব্যৱহাৰ কৰিবি ।”
তুমিয়ে মোক মানুহ কৰিলা, মা ৷
ক’ত বেলি লহিয়ালে. ক’ত মাঘ বিহুৰ মেজি জ্বলিল,
কিন্তু মই অ’ত বছৰে তোমক দেখা নাই, মা ৷
তোমাৰ হাঁহি এচিকতা লাগি থকা
পাৰৰ মাংস আৰু জহা
চাউলৰ ভাত খাবলৈ মন যায়,
আৰু মন যায় শইকীয়ানীহঁতৰ বদনাম শুনিব ৷
তুমিতো জানাই- মই কেৱল দৌৰিয়ে আছো ৷
আৰু পাহৰি গৈছো-
পেলেইষ্টাইনত ৰামধেনুৰ অৱসান;
ছোমালিয়াত দুৰ্ভীক্ষ শিশুৰ কৰাল লগা চকুলো ৷
মা, তোমাৰ পৰাই জীৱন শুনিম বাৰু ৷
No comments:
Post a Comment